Sale!

The APSC 11-Month Current Affairs Accelerator(Assam Special)

Original price was: ₹199.00.Current price is: ₹149.00.

Category:

Description

APSC প্ৰিলিমছ পৰীক্ষাৰ দিন চমু চাপি আহিছে। এতিয়া প্ৰয়োজন নাই সকলো পঢ়াৰ, প্ৰয়োজন কেৱল পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ তথ্যবোৰৰ। আমি আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ বিগত ১১ মাহৰ সামগ্ৰিক কাৰেন্ট এফেয়াৰ্ছৰ এক ‘স্মাৰ্ট’ সংকলন। এই মেগাজিনখনত আমি বাতৰিৰ ভিৰ নকৰি কেৱল পৰীক্ষাত সোধা হ’ব পৰা প্ৰশ্নসমূহক লক্ষ্য কৰি তথ্যসমূহ সজাইছোঁ। দ্ৰুত ৰিভিছন (Revision) কৰিবলৈ এইখন হ’ব আপোনাৰ আটাইতকৈ উপযোগী সংগী। আজিৰ পৰাই আপোনাৰ প্ৰস্তুতি আৰু অধিক চোকা কৰক।

Reviews

There are no reviews yet.

Be the first to review “The APSC 11-Month Current Affairs Accelerator(Assam Special)”

Your email address will not be published. Required fields are marked *