Current Affairs PDF
About Course
এই ক’ৰ্চটো বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজনীয় দৈনিক Current Affairs সহজ আৰু exam-oriented পদ্ধতিত প্ৰদান কৰাৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে। The Hindu, The Assam Tribune আদি বিশ্বাসযোগ্য সংবাদ উৎসৰ পৰা গুৰুত্বপূৰ্ণ বিষয় বাছনি কৰি আলোচনা কৰা হয়।
এই ক’ৰ্চত আপুনি পাব —
✅ Daily Current Affairs Discussion
✅ Daily, Weekly & Monthly PDF Compilation
✅ Exam-focused Notes & Important Facts
APSC,ADRE, TET, ASSAM POLICE, ASSAM SUB INSPECTOR , FORESTER GRADE-I, DME, DHS আৰু অন্যান্য Competitive Exam-ৰ বাবে অত্যন্ত উপযোগী।
Subscription ভিত্তিক এই ক’ৰ্চৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে নিয়মিত আৰু সুসংগঠিতভাৱে Current Affairs প্ৰস্তুতি আগবঢ়াব পাৰিব।
Course Content
Demo Pdf
-
Demo Daily CA
Weekly Pdf
Monthly Current Affairs
Student Ratings & Reviews
No Review Yet
